ৰং বিৰঙ ফটোগ্ৰাফী শিতান

ৰং বিৰঙ ফটোগ্ৰাফী শিতান

বিহুটি আদৰৰ

বিহুটি সাদৰৰ

বিহুটি অসমৰ মান

কৈ নো কৈ থাকিলে

ওৰকে নপৰে ৰঙালীৰ ৰঙৰ দৰদাম

এই ব’হাগৰ বতৰত কেইখনমান বিহু আলোকচিত্ৰৰে আজিৰ ফটোগ্ৰাফী শিতানতো সজোৱা হ’ল। উল্লেখযোগ্য যে এনে বিহুৰ নৃত্য অনুষ্ঠান প্ৰদৰ্শিত হৈছিল নুমলীগড়ৰৰ মহুৰামুখত। লেন্সেৰে আবদ্ধ কৰিলে মাধুৰ্য্য শইকীয়াই।
IMG-20170424-WA0074
IMG-20170424-WA0079
IMG-20170424-WA0078


 

Comments (0)
Add Comment