বৰাকত এতিয়া উখল মাখল পৰিবেশে বিৰাজ কৰিছে। তিনিখন জিলাক সামৰি কালিৰে পৰা আৰম্ভ হৈছে নমামি বৰাক উৎসৱ। তাৰেই কেইখনমান ফটো আজিৰ ফটোগ্ৰাফী শিতানত আগবঢ়ালো। আহকচোন এপলক দৃষ্টি দিও।