এয়া বিহুৰ সময়। সময় নতুনক আদৰাৰ বিহুৰ বতৰত ফুলি উঠা কেইবিধমান ফুলৰ ফটোৰে আজি ফটোগ্ৰাফী শিতানটো সজোৱা হ’ল। ফটো কেইখন আমালৈ প্ৰেৰণ কৰিলে লেখাংগ ভূঞাই।