ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

আমাৰ জীৱন বৃত্তৰ লগত প্ৰকৃতিৰ নিবিড় সম্পৰ্ক আছে। মন কৰিবচোন আজি প্ৰকাশ কৰা চিত্ৰ কেইখনে জানো ইয়াৰে ইংগিত বহন নকৰে! জীৱনৰ প্ৰভাত, অপৰাহ্ন, গভীৰতা সকলোবোৰ দিশেই প্ৰতিফলিত কৰিছে এই চিত্ৰ কেইখনে । আহকচোন এপলক বুৰ যাও প্ৰকৃতিৰ মাজত।

ফটো সংগ্ৰহ- সন্দীপ গগৈ আৰু অবিনাশ বৰা

Comments (0)
Add Comment