ৰং বিৰঙ- ফটোগ্ৰাফী

ৰং বিৰঙ- ফটোগ্ৰাফী

আমাৰো  আছে এক জীৱন

যাৰ বাবে চলাওঁ

এনেদৰে সংগ্ৰাম।

আমাক চোৱা

আমাৰ পৰাই শিকিব পৰিবা

সংগ্ৰামৰ আদিপাঠ

চিত্ৰকেইখন চাই মনত দোলা দিয়া কথাখিনি এইদৰে ধৰি ৰখা হ’ল। চিত্ৰকেইখন লেন্সৰে আবদ্ধ কৰিছিল ফটো সাংবাদিক হিৰা ফুকনে।

IMG-20170811-WA0012

IMG-20170811-WA0011

IMG-20170811-WA0010

IMG-20170811-WA0009

Comments (0)
Add Comment