গুৱাহাটীত Sizzler Food Festival

আজিৰে পৰা হোটেল পালাছিঅ’ ত আৰম্ভ হৈছে  Sizzler Food Festival, Non Veg  Sizzlers Chicken Steak Sizzler, Fish Shaslik  Sizzler, German Pork Sausages Sizzler, Sizzling Pork Chop Sizzler আদি বোৰ ফুড ফেষ্টিভেলটোত  উপলব্ধ হ’ব। উল্লেখযোগ্য যে পালাছিঅ’ হোটেল খন খানাপাৰাত অৱস্থিত। জাপানী সকলৰ প্ৰিয় খাদ্যবোৰ এই ফেষ্টিভেলটোৰ জৰিয়তে খাদ্য ৰাসিক সকলে গ্ৰহণ কৰিব পাৰিব।

Comments (0)
Add Comment