বিৰিয়ানী ফেষ্টিভেল

আজিৰে পৰা মহানগৰীৰ হোটেল পেলাচিঅ’ত আৰম্ভ হৈছে বিৰিয়ানী ফুড ফেষ্টিভেল। এই ফেষ্টিভেল ৩০ ছেপ্টেম্বৰলৈকে চলিব। ফেষ্টিভেলটো সৰ্বমুঠ ৬ বিধ বিৰিয়ানী উপলব্ধ হ’ব। কলিকতা বিৰিয়ানী, হায়দৰাবাদী বিৰিয়ানী, অম্বৰ বিৰিয়ানী, মুগলাই বিৰিয়ানী ফেষ্টিভেলটোত উপলব্ধ হ’ব। চেফ অতুল ঘোষ আৰু ৰনবীৰ দে’ বিৰিয়ানী সমূহ প্ৰস্তুত কৰাত জড়িত। আমিষ আৰু নিৰামিষ দুইবিধ খাদ্যই নুন্যতম ২২৫ টকাৰ পৰা ৪২৫ টকা লৈ উপলব্ধ হ’ব।

Comments (0)
Add Comment