দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত

আজি লোক সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টি কেইটা হ’ল কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ত শাসিত জিলা, মঙ্গলদৈ আৰু নগাওঁ।এই ৫ সমষ্টিত ৫০ গৰাকীৰ ভোটাৰ ভাগ্য নিৰ্ণয় কৰিব।ইয়াৰ ভিতৰত মঙ্গলদৈ লোকসভা সমষ্টিত আছে ১১ গৰাকী প্ৰাৰ্থী।পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ব্যস্ততা দেখা গৈছে ।

Comments (0)
Add Comment