পূজাৰ মণ্ডপে মণ্ডেপে

পূজাৰ মণ্ডপে মণ্ডেপে

পূজা বতৰত আপুনি বিভিন্ন ধৰণেৰে সজ্জিত প্ৰতিমা দেখিছে। আজি আমি আপোনাক দেখুৱাম ইমূৰৰ পৰা সিমূৰলৈ উদযাপিত কেইখনমান পূজা মণ্ডপৰ প্ৰতিছবি। প্ৰকাশিত মণ্ডপৰ ঠাই কেইখন হ’ল দুলিয়াজান, তেজপুৰ, ধেমেজী আৰু ধুবুৰী। ফটোখন আমালৈ প্ৰেৰণ কৰিলে নিতোপন মেধি, প্ৰাঞ্জল প্ৰতিম বৰা, ছিৰাজুল ইছলামে। পৰৱৰ্তী শিতানত জানিবলৈ পাব জাতীয়তা বোধৰ চেতনা পৰিষ্ফুট হোৱা কেইখনমান পূজা মণ্ডপৰ বিষয়ে। সেয়েহে লগ অন কৰিবলৈ নাপাহৰিব www.nefocus.com.

IMG-20170928-WA0017

IMG-20170928-WA0019

IMG-20170928-WA0020

IMG-20170928-WA0023

Comments (2)
Add Comment
  • Jyotish

    সুন্দৰ প্ৰকাশ

  • BankiM

    lovely picture brother’s