অগপত যোগদান কৰিলে কল্পনা পাটোৱাৰীয়ে

অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্য্যালয়ত  যোগদান কৰিলে ভোজপুৰী সংগীত ৰাণী খ্যাত কল্পনা পাটোৱাৰীয়ে।যোগদান কাৰ্যসূচীত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা,কেশৱ মহন্ত,ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু কৰ্মকৰ্তা।
 
 
 
যোগদান অনুষ্ঠানত কল্পনা পাটোৱাৰীয়ে পৰিবেশন কৰিলে ভোজপুৰী সংগীত। যোগদান কৰিয়ে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব লাভ কৰিলে।যোগদান কৰিয়েই সকলো মহিলাকে ৰাজনীতিত সক্রিয়ভাবে অংশগ্ৰহণ কৰিবলৈ শিল্পীগৰাকীয়ে আহ্বান জনায়।

Comments (0)
Add Comment