বিগত এবছৰ ধৰি পাবজী মবাইলে ভাৰতলৈ প্রত্যাৱর্তনৰ চেষ্টা অব্যাহত ৰাখিছে। পাবজীপ্রেমীসকলৰ দীর্ঘ অপেক্ষাৰ অচিৰে অন্ত পৰিব। পাবজী গে’ম প্রস্তুতকাৰক কোম্পানী ক্রেফটনে প্রকাশ কৰা মতে, অচিৰে ভাৰতত তেওঁলােকে নতুন গেম মুকলি কৰিব।
অচিৰে বেটেলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া নামৰে ভাৰতলৈ প্রত্যাৱৰ্তন কৰিব পাবজীয়ে
