অভিনন্দন

অভিনন্দন

WhatsApp Image 2018-02-18 at 7.49.11 PM

সাহিত্য আৰু সংবাদ সেৱাৰ লগত জৰিত অন্যতম সত্বা পল্লৱ দ্বীজেন। পল্লৱ দ্বীজেনে লাভ কৰিছে জনপ্ৰিয় আলোচনী বিন্দুৰ সাংস্কৃতিক প্ৰতিবেদকৰ সন্মান।

WhatsApp Image 2018-02-18 at 7.49.12 PM

১৯৯৬ চনৰ পৰা সাহিত্যৰ লগত জৰিত হৈ বৰ্তমান লৈকে প্ৰায় ১০ কাকত আৰু ৯খন আলোচনীত লিখা মেলা কৰি সংবাদ সাহিত্য জগতলৈ বৰঙনি আগবঢ়াইছে। বিশেষকৈ ফেশ্বন আৰু মডেলিং জগতৰ খবৰ যোগান ধৰি পল্লৱে জনসাধাৰনক আপ্লুত কৰি আহিছে। পল্লৱ বৰ্তমান অসমৰ আগশাৰীৰ সংবাদ মাধ্যম প্ৰতিদিন টাইমত কৰ্মৰত। পল্লৱৰ এই সফলতাৰ বাবে আমি nefocus.comৰ ফালৰ পৰা অভিনন্দন জনাইছো।

WhatsApp Image 2018-02-18 at 7.49.13 PM

Comments (1)
Add Comment
  • Ajoy

    congratulations bro