উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুখবৰ।লাভলিনা বৰগোহাঁইৰ পিছত টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ লাভ কৰিছে এম চি মেৰী কমে।জৰ্ডানত অনুষ্ঠিত হোৱা মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ আইৰিছ মোহন’ক পৰাস্ত কৰি টকিঅ’ অলিম্পিকত যোগদানৰ বাবে যোগ্যতা অৰ্জন কৰে এম চি মেৰী কমে।
অলিম্পিকত অংশগ্ৰহণ কৰিব মেৰী কমে

Very good, best of luck