অসম সুন্দৰীৰ জয়যাত্ৰা

অসম সুন্দৰীৰ জয়যাত্ৰা

WhatsApp Image 2018-01-03 at 6.32.08 PM

অসম সুন্দৰী ৰেৱতী চেত্ৰীয়ে বলিউদত খোজ পেলাইছে। ৰেৱতী চেত্ৰীয়ে বলিউদৰ প্ৰতিথযশা পৰিচালক ৰাম ৰমেশ শৰ্মাৰ “খাতুন” নামৰ ছবিখনত অভিনয় কৰিছে। উল্লেখযোগ্য যে ভাৰত চীনৰ যুদ্ধৰ কাল্পনিক এক প্ৰেমৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হ’ব লগা চিনেমা খনত ৰেৱতীয়ে মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে। জানিব পৰা মতে মাৰ্চ, এপ্ৰিলৰ পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ হ’ব। ৰেৱতীয়ে nefocus.com ৰ আগত অনুভৱ ব্যক্ত কৰি এনেদৰে কয় যে- এনে এখন ছবিত অভিনয় কৰিবলৈ পাই খুবেই ভাল লাগিছে। বিশেষকৈ ইয়াৰ দ্বাৰা শিকাৰ বাবে অভিজ্ঞতা হ’ব। স্মৰ্তব্য যে হাফলংৰ কালিবাৰীৰ ৰেৱতী চেত্ৰীয়ে বৰ্তমানে অভিনয়ৰ লগত ব্যস্ত হৈ পৰিছে। ইয়াৰ পূৰ্বে মডেলিঙৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

অসম গৌৰৱ ৰেৱতী চেত্ৰীক এই আপাহতে nefocus.com ৰ ফালৰ পৰা বহু শুভকামনা জনাইছো।

Comments (0)
Add Comment