বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বি টি চিত আজিৰে পৰা প্ৰৱৰ্তন কৰা হয় ৰাজ্যপালৰ শাসন। এই সন্দৰ্ভত বিভিন্নজনে বিভিন্নধৰণৰ মত প্ৰকাশ কৰিছে।
ইয়াৰ মাজতে বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ বিটিচিৰ পূৰ্বৰ চীফ হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মহিলাৰীয়ে কয় যে আনুষ্ঠানিকভাৱে মই বৰ্তমানেও বিটিচিৰ চীফ হৈয়ে আছো।লগতে কয় যে ইয়াৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব ।
বিটিচিত পুনৰবাৰ পুৰ্বৰ দৰেই বিপিএফেই শাসনৰ জৰী তেওলোকৰ ওচৰলৈ আনিব। বিটিচি অঞ্চলৰ প্ৰতিগৰাকী বিপিএফ কৰ্মীকে নিজৰ ঘৰত বিপিএফৰ পতাকা উত্তোলনৰ কাৰণে আহ্বান কৰে মহিলাৰীয়ে।
আজিৰে পৰা বি টি চিত ৰাজ্যপালৰ শাসন ..
