আজিৰ খবৰ

আজিৰ খবৰ

WhatsApp Image 2018-01-22 at 6.35.32 PM

সমগ্ৰ দেশতে আজি উদযাপিত হ’ল সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষ্যে বিভিন্ন শিক্ষানুষ্ঠানত ভিৰ দেখা যায়। বিশেষকৈ শিক্ষাৰ্থী সকলে বাগদেৱীৰ আৰধানত ব্যস্ত হৈ পৰে।

WhatsApp Image 2018-01-22 at 6.35.55 PM

হিদেন আইডেল নাম বেচৰকাৰী সংস্থাটোৰ উদ্যোগত অহা ৭ জুনত বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। জানিবপৰামতে এই অনুষ্ঠানটোত প্ৰায় ৫০০০ হাজাৰ নৃত্য শিল্পীয়ে বিহু নৃত্যত অংশ গ্ৰহণ কৰিব। উল্লেখ্য যে হিদন আইডেল নামৰ সংস্থাটোৱে প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ অনুষ্ঠান কৰি প্ৰতিভাধৰ সকলক এখন মঞ্চত প্ৰদান কৰি আহিছে‌। বিশেষকৈ ৰেকৰ্ড কৰা সকলৰ সম্পৰ্কত এই সংস্থাটোৱে বিভিন্ন কাম কৰি আহিছে।

Comments (0)
Add Comment