আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ল মেট্ৰিক ফলাফল। মেট্ৰিকৰ ফলাফল অনুসৰি শীৰ্ষ স্থান লাভ কৰিলে উত্তৰ লখিমপুৰ ৰক্তোৎপল শইকীয়াই। দ্বিতীয় স্থান লাভ কৰে নলবাৰীৰ ভূয়সী মেধি, তৃতীয় স্থান লাভ কৰে মৃদুপৱন কলিতা,লাবীৰ মুজিব আৰু পাৰ্থ প্ৰতিম দাসে।

Comments (0)
Add Comment