আজি সৰুসজাইত দুভৰিৰ যাদু দেখুৱাব NEUFC য়ে

আজি সৰুসজাইত দুভৰিৰ যাদু দেখুৱাব NEUFC য়ে

WhatsApp Image 2017-11-18 at 12.29.53 PMএতিয়া ফুটবলৰ বতৰ, ফুটবল জ্বৰত আক্ৰান্ত মহানগৰবাসী। আৰম্ভ হল ISL SESSION-4 যোৱা কালি কেৰেলাত অনুষ্ঠিত হোৱা প্ৰথম খন মেচত কেৰেলা ব্লাষ্টাৰ্চ আৰু এথলেটিকো দি কলকাতাই দ্ৰ খেলে। আজি সৰুসজাইত দুভৰিৰ চমকেৰে খিতাপ অৰ্জনৰ বাবে সাজু হলিচৰন নাৰ্জাৰী। আজি প্ৰথমখন মেচত জামছেদপুৰ এফচিৰ বিৰুদ্ধে যুজত নামিব নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। দুয়োটা দলৰ বাবে এইখন প্ৰথম মেচ।

WhatsApp Image 2017-11-18 at 12.30.01 PM

ফুটবল প্ৰেমীৰ মাজত উন্মাদনা সকলোৰে মনত আশা যাতে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পূৰ্বতকৈ ভাল খেলি খিতাপ অৰ্জন কৰিব পাৰে।

নিতোপম মেধি
আমিনগাওঁ গুৱাহাটী

Comments (0)
Add Comment