প্ৰখ্যাত আমেৰিকান মটৰ চাইকেল নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইউ এমেয়ে (UM) আজি গুৱাহাটী টাউন ক্লাবত মুকলি কৰিছে দুখনকৈ মটৰ চাইকেল। কামাণ্ডো ক্লাছিক আৰু মোজেভে নামৰ এই বাইক দুখন নতুন ষ্টাইল আৰু ৰঙৰ সমাহৰ ঘটোৱা হৈছে। উল্লেখযোগ্য যে এই দুখন বাইকৰ ছাৰ্ভিছ Alert Maintenance ৰ এক উদ্ভাৱনীয় বৈশিষ্ট্য আছে, যিয়ে গ্ৰাহকক সময় অনুসৰি ছাৰ্ভিচিংৰ সবিশেষ অৱগত কৰি ৰাখিব। জানিব পৰা মতে বাইক দুখনৰ মূল্য ১,৮৫,২৯৯ আৰু ১,৯৩,৫৭৮ টকা।
ইউ এমৰ দুখন মটৰ চাইকেল মুকলি
