ঈদৰ বিশেষ

ঈদৰ বিশেষ

IMG-20170902-WA0007

শান্তি সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্ৰ ঈদ- উজ- জোহা পালন কৰা হয়। ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ উপলক্ষে সমূহীয়া নামাজ পঢ়ে, এইজনে সিজনক শুভেচ্ছা জনায়। বিশ্ব শান্তি সমৃদ্ধি বৰ্তি থাকিবৰ বাবে সমূহীয়া নামাজত প্ৰাৰ্থনা কৰা হয়। উল্লেখযোগ্য যে পূৰ্বৰ পৰম্পৰা অনুসৰি দৰিদ্ৰ জনক বিভিন্নজনে সামৰ্থ অনুযায়ী দান বৰঙণি আগবঢ়ায় বুলি বাতৰি পোৱা গৈছে। 

IMG-20170902-WA0008

Comments (0)
Add Comment