উপেন্দ্ৰ ৰাইচৰ সমাদৰ

উপেন্দ্ৰ ৰাইচৰ সমাদৰ

যি সময়ত ৰাজ্যৰ একাংশ নিবনুৱাই কৃষিৰ্কমৰ প্ৰতি উদাসীনতা মনোভাৱ পোষণ কৰি বৰ্হিৰাজলৈ গমন কৰিছে, সেইসময়ত গোৱালপাৰা জিলাৰ কৃষ্ঞাই আমগুৰিপাৰাৰ উপেন্দ্ৰ ৰাভাৰ উপেন্দ্ৰ ৰাইচে দেশজুৰি সমাদৰ লাভ কৰিছে। উল্লেখযোগ্য যে উপেন্দ্ৰ ৰাভাই ২০০১ চনত (ক’লা ধান) উপেন্দ্ৰ ৰাইচ মাত্ৰ ১৫০ গ্ৰাম উৎপাদন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্ত্তমান ১৫০০ বিঘা খেতি চপাবলৈ সক্ষম হোৱাৰ লগতে বিদেশট বিশেষ ভাবে এই ধানে সমাদৰ লাভ কৰিছে। উল্লেখযোগ্য যে এই ক’লা ধান বিধৰ দিল্লী, মুম্বাইত প্ৰতি কেজিত ৪০০ টকাৰ হোৱাৰ বিপৰীতে ইউৰোপত প্ৰতি কেজি হাজাৰত বিক্ৰী হৈ বুলি উপেন্দ্ৰ ৰাইচৰ উদ্ভাৱক উপেন্দ্ৰ ৰাভাই জানিবলৈ দিছে।

IMG-20161128-WA0022

এইধৰণৰ খবৰে সকলোকে আনন্দিত কৰাৰ লগতে কৃষিকৰ্মও পৰাও যে পৰিচয়ৰ লগতে লাভালাভ হ’ব পাৰি তাৰেই সন্ধান দিয়ে।  

IMG-20161128-WA0020

Comments (4)
Add Comment
  • Bikash Nab Rangkho

    A very thankful to you

    • sangeeta saikia

      welcome..

  • Benjin Boro

    সুন্দৰ পদক্ষেপ…
    Story টো ভাল হৈছে…
    Benjin Boro.

    • sangeeta saikia

      thank you