এছ আই পৰীক্ষাৰ ফলাফল ঘোষণা

এছ আই পৰীক্ষাৰ ফলাফল ঘোষণা

বহু প্ৰত্যাক্ষিত অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰিছে। যোৱা ২২ নৱেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। ৫৯৭ টা পদৰ বাবে হৈছিল পৰীক্ষা । পৰীক্ষাৰ ৰিজাল্ট চাবলৈ slprbassam.in লিংকত গৈ ক্লিক কৰিব পাৰে।উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত অনুষ্ঠিত হোৱা এছ আই পদৰ পৰীক্ষাৰ অনুষ্ঠিত হৈছিল৷ মুঠ ৫৭৯টা এছ আই পদৰ প্রশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰিছিল৷

Comments (0)
Add Comment