কোভিদ১৯ক প্ৰতিৰোধ কৰাৰ যুঁজত সহায়ৰ হাত আগবঢ়াইছে এন আৰ এল অ’ এয়ে। উল্লেখযোগ্য যে এন আৰ এল অ’ য়ে অসম আৰোগ্য নিধিলৈ ৪৫লাখ টকাৰ ধনৰাশি আগবঢ়াইছে। জানিব পৰা মতে পৰা এন আৰ এল অ এয়ে এয়া দুদিনৰ দৰমহা প্ৰদান কৰিছে।
এই ধনৰাশি যোৱা ৯এপ্ৰিলত এন এইচ এমত অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে।
এন আৰ এল অ এয়ে অসম আৰোগ্য নিধিলৈ ৪৫লাখ আগবঢ়ালে
