কাৰাটে প্ৰতিযোগিতাত সাফল্য

১২ মে’ৰ পৰা ১৪ মে’লৈ হৈ যোৱা উত্তৰ প্ৰদেশৰ নয়ডা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কচুগাওঁস্থিত ইছলামপুৰৰ ডেনা হাসডাই। স্কুলীয়া জীৱনৰ পৰাই হাসডাই জিলা পৰ্যায়ত,ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত‌ পদক লাভ কৰে।আজি ডেনা হাসদাৰ ঘৰত উপস্থিত হৈ গাৱৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে।

Comments (0)
Add Comment