কৃষি বিজ্ঞানীৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্ৰী

কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।এই বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে কৃষি,অৰ্থনীতি শক্তিশালী কৰণৰ জৰিয়তে অসমৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিব লাগিব।কৃষক ৰাইজৰ উন্নয়নৰ বাবে কেন্দ্ৰ ৰাজ্য চৰকাৰে বহু আঁচনি হাতত লৈছে।অত্যাধুনিক ব্যৱস্থাৰে কৃষিখণ্ডৰ ৰূপান্তৰ সাধন কৰিব লাগিব।এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

Comments (0)
Add Comment