ক্ৰীড়াৰ ক্ষেত্ৰত সুখবৰ

ক্ৰীড়াৰ ক্ষেত্ৰত সুখবৰ

WhatsApp Image 2017-10-14 at 9.28.29 PM

সৰুসজাইত বিশ্বকাপ চাবলৈ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চিলি-মেক্সিকোৰ খেল উপভোগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীত ফুটবলৰ পৰিৱেশ দেখি অভিভূত। অসমত ফুটবলৰ বিশেষ একাডেমী স্থাপন কৰিব আৰু গুৱাহাটীত চৰকাৰে স্থাপন কৰিব ক্ৰীড়া বিশ্ববিদ্যালয়।– এই কথা সাংবাদিকক জনালে মুখ্যমন্ত্ৰী সোণোৱালে।

Comments (0)
Add Comment