কৰ্মশালা সম্পন্ন

সুন্দৰ হাতৰ আখৰ এক ধৰণৰ কলা । হাতৰ‌ আখৰো হ’ব পাৰে জীৱন ধাৰণৰ এক প্ৰণালী এই মন্তব্য মনোবিজ্ঞানী আৰু গ্ৰাফোলোজিষ্ট শ্বিনাছা শ্বাহিদৰ।অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক কৰ্মশালাত অংশ লৈ বিশিষ্ট মনোবিজ্ঞানী তথা গ্ৰাফোলোজিষ্ট গৰাকীয়ে হাতৰ আখৰৰ শৈলীৰ জৰিয়তে কি দৰে এজন মানুহৰ ব্যক্তিত্ব আৰু মনোযোগত অধ্যয়ন কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে জনায়। তেওঁ লগতে জনায়  যে এজন ব্যক্তিক আত্মবিশ্বাসী আৰু স্মাৰ্ট হোৱাত গ্ৰাফোলোজিয়ে যথেষ্ট সহায় কৰে।

Comments (0)
Add Comment