কৰ মুক্ত হ’ল অসমীয়া এনিমেটেড ছবি

চিনেমা প্ৰেমী দৰ্শকৰ বাবে এটা ভাল খবৰ । কালি ১১ নবেম্বৰৰ পৰা সমগ্র অসমত  মুক্তি  পোৱা  অসমৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্য ৰ এনিমেটেড ফিল্ম- “সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ” ক অসম চৰকাৰে কৰ মুক্ত ঘোষণা কৰিছে । লগতে আৰু এটা ভাল খবৰ গুৱাহাটীৰ অনুৰাধা চিত্র গৃহত ছবি খনৰ দৰ্শকে পুৰণি ৫০০/১০০০ টকাৰেও টিকট কাটিব পাৰিব ।

Comments (2)
Add Comment
  • Labonu Rajkonwar

    bhal kbr

  • sangeeta saikia

    dhanyabad