খুমটাইত মৌ পালনৰ সজাগতা সভা অনুষ্ঠিত

খুমটাইৰ যোগীবাৰীত শুক্রবাৰে মৌ পালনৰ সম্পর্কে সজাগতমূলক সভা অনুষ্ঠিত হয়।বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভা খনত নেদাৰলেণ্ডৰ পৰা অহা মৌ পালনৰ বিশেষজ্ঞ Jan Arievan Berkum বক্তব্য প্রদান কৰে। তেখেতে ব্যৱসায়িক ভাৱে মৌ পালন কিদৰে কৰিব পাৰি সেই সম্পর্কে বিশদভাবে জনায়। এই সজাগতামূলক সভাখনক বহুকেইগৰাকী মৌ পালকে অংশগ্রহণ কৰে।

Comments (0)
Add Comment