নিবনুৱা সকললৈ ভাল খবৰ। কিয়নো ভাৰতত মুকলি হৈছে কৰ্ম নামৰ এটা নতুন এপ । যাৰ সহায়ত দেশৰ নিবনুৱাই সংস্থাপন লাভ কৰিব পাৰিব।
ক’ৰণা বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত বহু নিবনুৱাই চাকৰি হেৰুৱালে।এই নিবনুৱা সকলক সংস্থাপিত কৰাৰ বাবে Google লে এই পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা এই এপৰ শুভাৰম্ভণি হৈছিল।
চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ- কৰ্ম এপে বহু নিবনুৱাক চাকৰি দিব

Srchng a job with the any ground