আজি বীৰ চিলাৰায় দিৱস।মহাবীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তী উপলক্ষে চৰাইদেউ জিলাৰ সোণাৰিত চিলাৰায়ৰ প্ৰতিমূৰ্তি প্ৰাঙ্গনত এক সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্রাংকণ,ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰা হয়।এই অনুষ্ঠানত যোৰহাটৰ সাংসদ তপন গগৈৰ লগতে সোণাৰি অঞ্চলৰ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
চৰাইদেউত ৫১০সংখ্যক চিলাৰায় জন্মজয়ন্তী উদযাপন
