জৈৱ ইন্ধন দিৱস

জৈৱ ইন্ধন দিৱস

IMG-20170810-WA0018

জৈৱ ইন্ধন আমাৰ বাবে অতি লাগতিয়াল সম্পদ। ইয়াক পুননৱীকৰণে জীৱন প্ৰণালীক অন্য এক মাত্ৰা প্ৰদান কৰিব পাৰে। বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

IMG-20170810-WA0020

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ দ্বাৰা জনসাধাৰণৰ মাজত সজাগ অনাৰ বাবে এক প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ত জৈৱ ইন্ধন দিৱস আজিৰ দিনটোত উদযাপিত হৈছে। আশা কৰা হৈছে এনে দিৱস পালনৰ যোগেদি জৈৱ ইন্ধনৰ সম্বন্ধে জনসাধাৰণে জ্ঞাত হ’ব।

Comments (0)
Add Comment