তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  মহাভাগৱত সমাৰোহ 

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে  মহাভাগৱত সমাৰোহ 
IMG-20170822-WA0027
ধৰ্মীয় আৰু আধ্যাত্মিক সজাগতা সৃষ্টি কৰাৰ বাবে জি লে পি ছ’চিয়েল চাৰ্কল আৰু শ্ৰীহনুমান সেৱা নিধিয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে মহাভাগৱতৰ সমাৰোহ। ন্যায়াধীশক স্বগীয় ডা : পি বি ছৰফাৰ ৭৮ সংখ্যক জন্ম দিৱস লগত সংগতি ৰাখি ২৩ আগষ্ট পৰা ২৫ আগষ্ট লৈ অনুষ্ঠিত হ’ব এই মহাভাগৱতৰ সভা। ২৩ আগষ্ট পুৱা ১০ বজাত মহাভাগৱতৰ ভাগৱত প্ৰতিষ্ঠা কৰিব শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। এই মহাভাগৱত অনুষ্ঠানত নামঘৰ সমূহলৈ বিনামূলীয়া কৈ বিতৰণ কৰা হ’ব ভাগৱত।
উমাকান্ত বৰুৱা
 
Comments (0)
Add Comment