থোৰতে দুটা খবৰ

থোৰতে দুটা খবৰ

আজি শ্বহীদ দিৱস। সমগ্ৰ ৰাজ্যতে শ্বহীদ সকলক সোঁৱৰণ কৰি শ্বহীদ দিৱস উদযাপন কৰা বাতৰি আমালৈ আহিছে। নামৰূপত সদৌ অসম ছাত্ৰ সন্থা (আছুৱে) কেন্দ্ৰীয় ভাবে শ্বহীদ দিৱস পালন কৰে। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ পৰিয়ালক বিভিন্ন ঠাইত সম্বৰ্ধনা জ্ঞাপন কৰে।

WhatsApp Image 2017-12-10 at 6.15.08 PM

আনহাতে আজি দিছপুৰ প্ৰেছ ক্লাৱত জাৰ্ণেলিষ্ট ইউনিয়নৰ সহযোগত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকত সংস্থাই সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সম্পৰ্কত এখন কৰ্মশালা আয়োজন কৰে। কৰ্মশালাখন অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকে অংশ গ্ৰহণ কৰে।

Comments (0)
Add Comment