দিব্যাংগ সকললৈ সুখবৰ

দিব্যাংগ সকললৈ সুখবৰ

IMG-20170509-WA0023

সাধাৰণ ব্যক্তিতকৈ দিব্যাংগ সকল বিশেষ। এই দিব্যাংগ সকলৰ জীৱন ধৰণৰ পথ সুগম কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে আজি সত্ৰ নগৰী মাজুলীত আয়োজিত এক অধিকাৰিত্ব শিবিৰত ৮০৭ গৰাকী দিব্যাংগক এই সাহাৰ্য্য সামগ্ৰী সমূহ বিতৰণ কৰে। সাহাৰ্য্য সামগ্ৰীৰ ভিতৰত আছিল ট্ৰাই চাইকেল, হুইল চিয়াৰ, স্মাৰ্ট ফোন ৱাকিং ষ্টিক, ব্ৰেইলি কিটচ। স্মতৰ্ব্য যে দিব্যাংগ সকলে চিকিৎসাৰ বাবদ বছৰি ৫০০০ টকাকৈ পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। সাহাৰ্য্য প্ৰদান অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

IMG-20170509-WA0025

IMG-20170509-WA0024

Comments (0)
Add Comment