দুটা ভাল খবৰে কঢ়িয়াইছে আনন্দ

দুটা ভাল খবৰে কঢ়িয়াইছে আনন্দ

WhatsApp Image 2017-10-16 at 6.57.50 PM

১৯ বছৰৰ অনুৰ্দ্ধৰ ভাৰতীয় দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে। উল্লেখযোগ্য যে ইতিপূৰ্বে ৰিয়ানে ইংলেণ্ডত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিল। BCCI ৰ পৰা পোৱা এক তথ্য অনুসৰি অহা ৯ নৱেম্বৰ পৰা ২০ নৱেম্বৰলৈ মালয়েছিয়াত অনুষ্ঠিত হ’ব লগা এছিয়া কাপ খেলত অংশ লোৱাৰ বাবে ৰিয়ানে সুযোগ পাইছে। এই সম্পৰ্কে ৰিয়ানৰ দেউতাকে এইদৰে কয়… ৰিয়ানে ১১ বছৰ বয়সৰ পৰাই খেলৰ পৃথিৱীত পদাৰ্পণ কৰিছিল। সৰুৰে পৰা পোৱা ঘৰুৱা পৰিৱেশে ৰিয়ানক খেলৰ প্ৰতি আকৰ্ষিত কৰিছিল। পঢ়াৰ সমান্তৰালকৈ খেল জগতত মনোনিবেশ কৰিছিল। মনকৰিবলগীয়া যে ৰিয়ান পৰাগৰ এই খবৰে ক্ৰীড়াপ্ৰেমীসকলক আনন্দিত কৰি তুলিছেৰ।

WhatsApp Image 2017-10-16 at 6.58.39 PM

উত্তৰ পূবত প্ৰথমবাৰৰ বাবে চলিল ইলেট্ৰিকেল বাছ। অসম ৰাজ্যিক পৰিবহন নিগমৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰৰ পৰা কামাখ্যা মন্দিৰলৈকে পৰীক্ষণমূলক ভাৱে ৭ দিনৰ বাবে চলিব ইলেট্ৰিকেল বাছ। আজি এই ইলেট্ৰিকেল বাছৰ শুভাৰম্ভ কৰে।

Comments (2)
Add Comment
  • Abdul Momin

    Excuse me , Riyan Parag’s father was prominent journalist PARAG Kumar Das . Who already died. Then how he gave bytes to you ? Don’t make people fool. Damn.