দেশী বিদেশী পৰিবেশবিদৰ সমাহাৰে উদ্ভাসিত বালিপাৰা ফাউণ্ডেচন

দেশী বিদেশী পৰিবেশবিদৰ সমাহাৰে উদ্ভাসিত বালিপাৰা ফাউণ্ডেচন

WhatsApp Image 2017-11-02 at 7.51.03 PM

আজিৰে পৰা তাজ ভিভাণ্টাত অনুষ্ঠিত হৈছে ইৰ্ষ্টাণ হিমালয়ান নেচাৰোনমিক্স ফ’ৰাম শীৰ্ষ এক অনুষ্ঠান। বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত দেশৰ পৰিৱেশ বিজ্ঞানৰ লগত জড়িত বহুজন বিশেষজ্ঞ উপস্থিত থাকি কিদৰে পৰিবেশ সংৰক্ষণ কৰিব লাগে, বন্যপ্ৰাণীৰ সংঘাত কি দৰে দূৰ কৰিব পাৰি মন্তব্য আগবঢ়ায়। বিশেষকৈ নৱপ্ৰজন্মৰ উদ্যমী আৰু বিভিন্ন বিশ্ববিদ্যালয় যেনে কটন বিশ্ববিদ্যালয়, টি চি এচ’ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি পৰিবেশ সৰ্ম্পকীয় বিভিন্ন ধাৰণাক মত বিনিময় কৰে। উল্লেখযোগ্য যে প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত কেবাজনো ব্যক্তিক কালিলৈ সম্বৰ্ধনা জনাব।

Comments (0)
Add Comment