সামাজিক মাধ্যমত ধুমুহা সৃষ্টি কৰিছে নাগালেণ্ডৰ এটি তিনি বছৰীয়া শিশুৱে।সামান্য অসুখত ভুগি থকা শিশুটিয়ে নিজে চিকিৎসকৰ কাষ চপা ভাইৰেল হোৱা ছবিয়ে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে। লিপাভি নামৰ কণমানি শিশুটিয়ে পিতৃ মাতৃ কৃষি কৰ্মলৈ যোৱা পিছতেই নিজেই চিকিৎসকৰ ওচৰত কাষ চাপিছিল।ক’ৰণা এই ভয়াবহতা সময়ত এই কণমানি শিশুটি দেখুওৱা সজাগতাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
নাগালেণ্ডৰ এটি শিশু ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে
