নেচনেল ডিফেঞ্চ একাডেমীৰ পৰীক্ষাত স্থান লাভ অসমৰ ছাত্ৰ

NDAৰ পৰীক্ষাত স্থান লাভ কৰিছে অসমৰ এজন ছাত্ৰই। শিৱসাগৰৰ ডিমৌৰ কৌশিক চেতিয়া নামৰ ছাত্ৰ জনে নাম ভৰ্তিৰ বাবে হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ইয়াৰ উপৰিও মহীশূৰৰত এয়াৰ ফৰ্চৰ ছিলেকচন পৰীক্ষাত উত্তীৰ্ণ হৈছে। কৌশিকৰ এই সফলতাৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে সম্বৰ্ধনা জনাইছে।

Comments (0)
Add Comment