প্ৰথম বিশ্বনাথ চলচিত্ৰ মহোৎসৱ আয়োজন

৮ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব  বিশ্বনাথ চলচিত্ৰ মহোৎসৱ ।চাৰিদিনীয়াকৈ কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগা এই মহোৎসৱৰ ছবি সমূহ প্ৰদৰ্শিত হ’ব পাভৈ টকীজত।জানিব পৰা মতে বৰ নদী ভটিয়াই, বিউটীফুল লাইভছ, কথানদী, হান্দুক, কানীন, কেলেণ্ডাৰ,ফেহুজালি,বকুল নামৰ চলচ্চিত্ৰ কেইখন প্ৰদৰ্শিত হ’ব ।

Comments (0)
Add Comment