জনসাধাৰণলৈ আগবঢ়োৱা সেৱাৰ বাবে শ্ৰেষ্ঠ বিধায়কৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া।
উল্লেখযোগ্য যে দেশৰ আগশাৰী আলোচনী Fame Indiaয়ে বিধায়কসকলৰ মাজত সমীক্ষা চলাই ৫০ গৰাকী শ্ৰেষ্ঠ বিধায়কক নিৰ্বাচন কৰে।এই ৫০ জন বিধায়কৰ তালিকাত আছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ।বাকী কেইজন বিধায়ক দেশৰ বিভিন্ন ৰাজ্যৰ বুলি জানিব পৰা গৈছে।
ফেম ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ- শ্ৰেষ্ঠ বিধায়কৰ তালিকাত স্থান লাভ কৰিলে মৃণাল শইকীয়াই

মাননীয় বিধায়ক মৃনাল শইকীয়া আৰু পদ্ম হাজৰীকাৰ দৰে অসমৰ সকলো বিধায়ক হলে আমাৰ ৰাজ্যখনৰ বহু উন্নতি হল হেতেন।