বাজেটত প্ৰাধান্য পোৱা কিছু দিশ

বাজেটত প্ৰাধান্য পোৱা কিছু দিশ

1520852440-5331

আজি ২০১৮ – ২০১৯ বৰ্ষৰ বাজেট দাখিল হ’ল। বাজেট উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰৰ বাজেটত একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি লোৱাৰ কথা ঘোষণা কৰে। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ঘোষণা কৰে যে গুৱাহাটীত চ’ছিয়েল মেডিয়াৰ লেব গঠন কৰা হ’ব। সাংবাদিকৰ বীমা আৰু স্ক’লাৰস্বীপৰ প্ৰসংগই বাজেটত গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে ১২ বছৰৰ পৰা ২০ বছৰ ভিতৰত কিশোৰীক চৰকাৰৰ ফালৰ পৰা চেনীটাৰী নেপকিনৰ বাবদত বাৰ্ষিক ৬০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে। এয়া আছিল থোৰতে আজি দাখিল কৰা ডিজিটেল বাজেটৰ কিছু তথ্য।

Comments (0)
Add Comment