ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি কেইবাগৰাকীও ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
তাৰ ভিতৰত আছে বিশিষ্ট ক্ৰীড়া সংগঠক তপন দাস, জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ, কণ্ঠশিল্পী বিদ্যাসাগৰ,শিক্ষাবিদ প্ৰভা চৌধাৰী দস্তিদাৰ।ৰাজ্যিক বিজেপি হেঙেৰাবাৰী স্থিত এক কাৰ্যালয়ত আজি তেওঁলোকে আনুষ্ঠানিক ভাৱে যোগদান কৰে। তেওঁলোকক দলীয় সভাপতি ৰঞ্জিত কুমাৰ দাসে উষ্ম আদৰণি জনায়।
বি জে পিত যোগদান কৰিলে অভিনেত্ৰী আশা বৰদলৈ,শিল্পী বিদ্যাসাগৰৰ লগতে কেবাগৰাকীয়ে
