মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত ৭৫ তম স্বাধীনতা দিৱস উদযাপন

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত ৭৫ তম স্বাধীনতা দিৱস উদযাপন

পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰী তিনিআলিত ৭৫তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে গাওঁবুঢ়া সনজিৎ কুমাৰ দাসে৷৭৫তম স্বাধীনতা দিৱস উপলক্ষে ফুলবাৰী বজাৰ কমিটি আৰু ছিটিজেন ফণ্টৰ যুটিয়া উদ্যোগত এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷উক্ত সভাত মেট্ৰিক আৰু হায়াছেকেণ্ডীৰ পৰীক্ষাত বেছি নম্বৰ পোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় আৰু লগতে ফুলবাৰীক এখন সুন্দৰ আৰু আদৰ্শ ঠাই হিচাপে গঢি তোলাৰ পোষকতা কৰে৷

Comments (0)
Add Comment