লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ ৰাষ্ট্ৰীয় মহাসচিব হিচাপে নিৰ্বাচিত হৈছে দৰঙৰ কুশল কলিতা।জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ কুশল কলিতাই হ’ল প্ৰথমজন ব্যক্তি যি উত্তৰ পূৰ্বাঞ্চলৰ মহাসচিব হিচাপে নিৰ্বাচিত হৈছে।উল্লেখযোগ্য যে তেওঁ সংস্কৃত ভাষা প্ৰচাৰক হিচাপে ১৯৯৮ চনত পৰা কাম কৰি আহিছে। সংস্কৃত ভাষা কেইবাখনো তেখেতে সংকলন কৰি উলিয়াইছে। কুশল কলিতাৰ এই সফলতা বাবে দৰংবাসী আনন্দিত হৈ পৰিছে।
লোকভাষা প্ৰচাৰ সমিতি ভাৰতৰ মহাসচিব পদত অসমৰ কুশল কলিতা
