শান্তিৰ বাণী বিলাইছে

শান্তিৰ বাণী বিলাইছে

চাইকেলে ভ্ৰমণ কৰি বিশ্ব শান্তিৰ বাণী বিলাইছে এজন বৃদ্ধই।যোৰহাট তিতাবৰৰ শিৱ প্ৰসাদ নেওগে মানৱীয়তাৰ বাণী বিলায় শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছে।বিশ্ব শান্তিৰ বাবে শুভেচ্ছামূলক বাণী বিলোৱা নেওগক বহুজনে শুভেচ্ছা জনাইছে|

Comments (0)
Add Comment