শিৱসাগৰৰ সমাজ হিতৈষী যুৱক অভিনৱ দত্তলৈ ৰাজ্যিক বঁটা।

অসম শিল্পী কানন‌ কেন্দ্ৰীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ দ্বিতীয় দিনা ২৪ ডিচেম্বৰত সাংস্কৃতিক সমাৰোহ কাৰ্যসূচীত বিশিষ্ট কবি,লেখিকা,ঘোষিকা চি ভি ৰমণ একাডেমীৰ অধ্যক্ষাৰ অসম চৰকাৰৰ লেখিকা বটা প্ৰাপ্ত অশ্ৰুমণি দত্ত ঘোষ লৈ ৰাজ্যিক স্বীকৃতি হিচাপে অতুলানন্দ গোস্বামী সোঁৱৰণী বটাঁ ২০২৩ অভিনেত্ৰী জুপিতৰা ভূঞাক উক্ত অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনায়।
সক্ৰিয় সমাজকৰ্মী কটন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ প্ৰয়াত দেৱেন দত্তৰ সোঁৱৰণী বটাঁ আগবঢ়োৱা হয় উজনি অসমৰ সমাজ হিতৈষী যুৱক মানৱদৰী মানৱ বন্ধু অভিনৱ দত্তৰ লৈ।
ৰাজ্যিক স্বীকৃতি লাভ পিছতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ, ভোজপুৰী পৰিষদৰ শিৱসাগৰ জিলাৰ সমিতিৰ,ঐক্য সেনা অসম,কোচ ৰাজবংশী, শিৱসাগৰ স্পষ্ট একাডেমী, পূৱেৰুণ কাথপাৰ শিশুৰ সমাজৰ, গুৰুকুল চিত্ৰকলা, ধৰি বহুতো গণ্য মান্য ব্যক্তি লগতে অনুষ্ঠান প্ৰতিষ্ঠান লগতে শুভাংকাক্ষী গুণমুগ্ধসকলে উস্ম আদৰণি জনায়।বছৰ শেষত ২০২৩ বৰ্ষ শিৱসাগৰ লগতে অসম বাবে সমাজৰ, সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া,লেখক, কবি বিভিন্ন ক্ষেত্ৰৰ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলোক
ৰাজ্যিক স্বীকৃতি হিচাপে অসম শিপ্লী কানন‌ৰ কেন্দ্ৰীয় সমিতিৰ আৰু নগাঁওৰ বাসীয়ে,কলংপাৰৰ অৱস্থিত ঐতিহাসিক নেহৰুবালিত যোৱা কালি এই বঁটা প্ৰদান কৰে।।
উক্ত অনুষ্ঠানৰ অসম শিপ্লী কানন‌ৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক মৃদুপৱন বৰা, শিৱসাগৰ জিলাৰ সমিতিৰ সম্পাদক সোমেণ দুৱাৰা, সভাপতি নিভা শইকীয়াৰ প্ৰমূখ্য কৰি
নেমকেয়া চিকিৎসালয় পৰিচালনা সঞ্চালক ডা হিতেশ বৰুৱাৰ, বিধায়ক ৰূপক শৰ্মা,অসম উদ্যোগপতি কাতি সাহা আদি কৰি অসম সমাজৰ জীৱন বহুতো স্বনামধন্য ব্যক্তি উপস্থিত আছিল।

Comments (0)
Add Comment