শৰীৰ চৰ্চাত উজলিল অসম সন্তান

শৰীৰ চৰ্চাত উজলিল অসম সন্তান

মিষ্টাৰ ৱল্ড খিতাপেৰে বিদেশত উজলিল এগৰাকী শৰীৰ চৰ্চাবিদ।দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত লাভ কৰিলে এই সন্মান। উল্লেখযোগ্য যে ইতিপূৰ্বেও ৰাভাই মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ এছিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।

Comments (0)
Add Comment