১ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব অনানুষ্ঠানিক

১ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব অনানুষ্ঠানিক

ছেপ্তেম্বৰ মাহৰ ১ তাৰিখৰ পৰা অনানুষ্ঠানিক শিক্ষা আৰম্ভ হ’ব। ইতিমধ্যে ইয়াৰ নিৰ্দেশাৱলী অসম চৰকাৰে প্ৰস্তুত কৰিছে।
 
 
 
সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানত ক’ভিডৰ প্ৰট’কল মানি  চলিব লাগিব। শ্ৰেণী আৰম্ভ হোৱা পূৰ্বে আৰু ১৫ দিনৰ অন্তৰে অন্তৰে শ্ৰেণী কোঠা সমূহ ছেনিটাইজ কৰিব লাগিব।২৩ আগষ্ট পৰা ৩০ আগষ্ট লৈকে শিক্ষাৰ্থী সকলে ক’ভিডৰ পৰীক্ষা কৰিব লাগিব। ক’ভিডৰ ফলাফল নিগেটিভ পালেহে তেওঁলোকক শ্ৰেণীত অংশ ল’বলৈ অনুমতি প্ৰদান কৰা হ’ব।আনহাতে পঞ্চম শ্ৰেণী পৰা অষ্টম শ্ৰেণী লৈকে পাঠদান কৰিব লগীয়া স্থান সমূহত স্থানীয় পঞ্চায়তৰ লোকসকলে পৰিস্কাৰ কৰিব লাগিব।

Comments (0)
Add Comment