১ছেপ্তেম্বৰৰ পৰা মেঘালয়লৈ যাব পাৰিব

পৰ্যটক সকলৰ বাবে ভাল খবৰ।১ ছেপ্তেম্বৰৰ পৰা মেঘালয়ত পৰ্যটকসকলে ফুৰিব পাৰিব ।অৱশ্যে ইয়াৰ বাবে কিছু নিৰ্দেশনা মেঘালয় চৰকাৰে জাৰি কৰিছে। সেই অনুসৰি মেঘালয়ত ভ্ৰমণ কৰিব বিচৰা পৰ্যটক সকলে ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।অন্যথা ৭২ ঘন্টাৰ ভিতৰত ক`ভিড পৰীক্ষাত নিগেটিভ হ`ব লাগিব। ক`ভিড পৰীক্ষাত নিগেটিভ হ’লেহে মেঘালয়ত প্ৰবেশ কৰাৰ বাবে অনুমতি প্ৰদান কৰিব।এই ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ । উল্লেখযোগ্য যে মেঘালয়ৰ ভ্ৰমণ কৰিব বিচৰাে সকলৰ বাবে মেঘালয় চৰকাৰে সম্প্ৰতি এই নিৰ্দেশনা বান্ধি দিছে।

Comments (0)
Add Comment